সমললৈ যাওক

ৱিকিপিডিয়া:ইউনিফাইড লগইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
17:31, 21 May 2023-ত Babulbaishya (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)
চমুপথ:
WP:SUL

ইউনিফাইড লগইন বা এচ.ইউ.এল. (একক ব্যৱহাৰকাৰী প্ৰৱেশ) হৈছে এনে এটা ব্যৱস্থা যিয়ে ব্যৱহাৰকাৰীসকলক ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰকল্পসমূহত একক গোলকীয় প্ৰৱেশ ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে। ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীসকলে সমগ্ৰ ৱিকিমিডিয়াত এক সু-সংগত পৰিচয় বজাই ৰাখিব পাৰে আৰু প্ৰতিটো প্ৰকল্পত পৃথকে পৃথকে ছাইন আপ আৰু লগ ইন নকৰাকৈ বিভিন্ন প্ৰকল্পত কাম কৰিব পাৰে।